তুলিকাতুলিবৰ

তুলিকা সেনাপতি (Assamese) [ Roman: tu.li.ka xe.na.po.ti]
Contributed by: Partha P Sarmah on 2011-10-03
1. Music(Proper Noun-Feminine) one of the most well received singers of Assamese music in and from the sixties. Undoubtedly she was one of the sweetest voices in Assam. Some of the most famous among her many songs are: 'Sithi palo porhi salo', 'xondhiyar akaxot bogoli ure' etc. পঞ্চাশ, ষাঠীৰ দশকত মিঠা, সুমধুৰ কন্ঠেৰে অসমীয়া সংগীতক এক বিশেষ মাত্ৰা দিয়া আৰু শ্ৰোতাক মুগ্ধ কৰা কেইটামান চিৰসেউজ গানৰ গায়িকা৷ তেখেতৰ শ্ৰেষ্ঠ গীত কেইটামান হৈছেঃ সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে; চিঠি পালোঁ পঢ়ি চালোঁ এই তুমি পাবাহি কিযে কৰোঁ হায় চুলি বান্ধো, নে হাহোঁ নে ৰান্ধো তোমালৈ; অ’ ফুল অ’ ফুল নুফুল কিয়, বগলী এ সবাহলৈ নগলি কিয় আদি৷